ডিগবৈডিগবয়

ডিগবৈ নৈ (Assamese) [ Roman: dig.boi noi]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-08-28
1. River(Proper Noun-Neuter) A tributary of Burhidihing in upper Assam এই নৈ খন তিনিচুকীয়া জিলাৰ বগাপানী সংৰক্ষিত বনাঞ্চলৰ পৰা খাৰজান নামেৰে ওলায়৷ তাৰ পাচত দিহিং বনাঞ্চলৰ মাজেদি আহি দক্ষিণ বালিজান আৰু বৰজান নামৰ দুটা জানৰ সৈতে লগ হৈ ডিগবৈ তেল নলাই দি আহি ডিগবৈ নৈ নাম লয়৷ তাৰ পৰা দক্ষিণ-পশ্চিম দিশত বৈ গৈ ভাদৈ পাঁচ আলি হৈ দুটা মান জানৰ লগ হৈ উষাপুৰেদি এটা অৰ্ধবৃত্তাকাৰ হৈ ডিগবৈ মুখত বুঢ়ী দিহিঙত পৰিছে৷ এই নৈ দীঘ ৪৮ কি:মি: আৰু অৱবাহিকাৰ কালি ১৬০ বৰ্গ কি:ম:৷